Bukur Majot Tumi Lyrics - Gouranga Konwar and Bhargav Doley
Bukur Majot Tumi a new Assamese romantic song sung by Gouranga Konwar and Bhargav Doley. Bukur Majot Tumi Lyrics is written by Kallul Kashyap Mahanta and Gouranga Konwar. Starring Deepjyoti Mahanta, Richa Chetry and Barbie Borah.Visit - Lyricsaxom.com for Latest Song Lyrics.
Song : | Bukur Majot Tumi |
Singer : | Gouranga Konwar and Bhargav Doley |
Music : | Solomon Mosahari |
Song Writer : | Gouranga Konwar and Kallul Kashyap Mahanta |
Bukur Majot Tumi Lyrics :
লাজুকী তোমাৰে চাৱনি
প্ৰেমতে মই ধৰাসায়ী
মিচিকীয়া তোমাৰে হাঁহিটি
বাঢ়ে মোৰ কলিজাৰ কঁপনি
মোৰ মন আকাশত তৰালী তুমি
দেখা দিয়া জোনাক সানি
মোৰে হৃদয়ত সিহৰন তুমি
সুৰ বজোৱাহি প্ৰেমৰ বাঁহী
তোমাৰে সুবাসতে পলাশেও
ফাগুনৰ ছবি আঁকে
তোমাৰে ঠিকনা বিচাৰি
হেঁপাহও পাখি মেলে
তুমি বুজি চোৱা মোৰ মনৰে কথা
বুকুৰে মাজতে তুমিয়েই আছা
চিনাকি তুমি যেন আজি
উশাহতে তুমি ৰোৱাহি
চোৱানা কাষলৈ আহি তুমি
ৰাখিছো মৰম বোৰ সাঁচি
ৰʼবাহি নে আহি বুকুতে তুমি
উজাগৰি নিশাৰ হʼবানে লগৰী
হিয়াৰে দলিচাত গোপনে
ৰʼলাহি আহি নীৰৱে
তোমাৰে সুবাসতে পলাশেও
ফাগুনৰ ছবি আঁকে
তোমাৰে ঠিকনা বিচাৰি
হেঁপাহও পাখি মেলে
তুমি বুজি চোৱা মোৰ মনৰে কথা
বুকুৰে মাজতে তুমিয়েই আছা।
প্ৰেমতে মই ধৰাসায়ী
মিচিকীয়া তোমাৰে হাঁহিটি
বাঢ়ে মোৰ কলিজাৰ কঁপনি
মোৰ মন আকাশত তৰালী তুমি
দেখা দিয়া জোনাক সানি
মোৰে হৃদয়ত সিহৰন তুমি
সুৰ বজোৱাহি প্ৰেমৰ বাঁহী
তোমাৰে সুবাসতে পলাশেও
ফাগুনৰ ছবি আঁকে
তোমাৰে ঠিকনা বিচাৰি
হেঁপাহও পাখি মেলে
তুমি বুজি চোৱা মোৰ মনৰে কথা
বুকুৰে মাজতে তুমিয়েই আছা
চিনাকি তুমি যেন আজি
উশাহতে তুমি ৰোৱাহি
চোৱানা কাষলৈ আহি তুমি
ৰাখিছো মৰম বোৰ সাঁচি
ৰʼবাহি নে আহি বুকুতে তুমি
উজাগৰি নিশাৰ হʼবানে লগৰী
হিয়াৰে দলিচাত গোপনে
ৰʼলাহি আহি নীৰৱে
তোমাৰে সুবাসতে পলাশেও
ফাগুনৰ ছবি আঁকে
তোমাৰে ঠিকনা বিচাৰি
হেঁপাহও পাখি মেলে
তুমি বুজি চোৱা মোৰ মনৰে কথা
বুকুৰে মাজতে তুমিয়েই আছা।
0 Comments