Osinaki Lyrics - Nandan C Baruah
Osinaki song a new Assamese love song sung by Nandan C Baruah. Osinaki Lyrics is written by Nandan C Baruah himself. Starring Queen Shivam & Deepjyoti.Visit - Lyricsaxom.com for Latest Song Lyrics.

Song : | Osinaki |
Singer : | Nandan C Baruah |
Music : | Nandan X ZEU5 |
Song Writer: | Nandan C Baruah |
Osinaki Lyrics
অচিনাকী পখীজাকে সুৰৰ আবেশ সানিলে
মতলীয়া হৃদয়ৰ কোণে তোমাকেই বিচাৰে
অচিনাকী পখীজাকে সুৰৰ আবেশ সানিলে
মতলীয়া হৃদয়ৰ কোণে তোমাকেই বিচাৰে
অʼ বতাহ মোক লৈ যা
গোপনে তাইৰ কাষলৈ
অʼ সপোন ৰৈ যা
তাইৰ প্ৰেমৰ সুবাস ল'বলৈ
মোৰ প্ৰতিটো গানৰ সুৰৰ তুমি ভাষা
হয়তো বা তুমি মোৰ প্ৰত্যাশা
মোৰ প্ৰতিটো গানৰ সুৰৰ তুমি ভাষা
হয়তো বা তুমি মোৰ প্ৰত্যাশা
হলাহি মোৰ জীৱনৰ মাথোঁ তুমি প্ৰেৰণা
সৰু সৰু ক্ষণ গনি মৰমে আবৰো
তোমাক পোৱাৰ অনুভৱত
নিজকো পাহৰো
অʼ ফাগুন তই লৈ যা
একাজলী মৰম তাইৰ বাবে
বহু দূৰত ৰৈ আছে তাই
মোৰ প্ৰেমৰ সুবাস ল'বলৈ।
মতলীয়া হৃদয়ৰ কোণে তোমাকেই বিচাৰে
অচিনাকী পখীজাকে সুৰৰ আবেশ সানিলে
মতলীয়া হৃদয়ৰ কোণে তোমাকেই বিচাৰে
অʼ বতাহ মোক লৈ যা
গোপনে তাইৰ কাষলৈ
অʼ সপোন ৰৈ যা
তাইৰ প্ৰেমৰ সুবাস ল'বলৈ
মোৰ প্ৰতিটো গানৰ সুৰৰ তুমি ভাষা
হয়তো বা তুমি মোৰ প্ৰত্যাশা
মোৰ প্ৰতিটো গানৰ সুৰৰ তুমি ভাষা
হয়তো বা তুমি মোৰ প্ৰত্যাশা
হলাহি মোৰ জীৱনৰ মাথোঁ তুমি প্ৰেৰণা
সৰু সৰু ক্ষণ গনি মৰমে আবৰো
তোমাক পোৱাৰ অনুভৱত
নিজকো পাহৰো
অʼ ফাগুন তই লৈ যা
একাজলী মৰম তাইৰ বাবে
বহু দূৰত ৰৈ আছে তাই
মোৰ প্ৰেমৰ সুবাস ল'বলৈ।
Osinaki Music Video
Song Credits :
- Song: Osinaki
- Composition /Lyrics /Arrangement: Nandan C Baruah
- Vocals: Nandan C Baruah
- Music: Nandan X ZEU5
- Guitar: Saurab Boruah
- Flute: Arnitya
- Studios - B- Type (Digboi, Tinsukia)
0 Comments