Dibrugarh Update :
A speeding truck hits a Rhino in Kaziranga - watch the shocking scene -
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা পথটোত সুঘনাই বনৰীয়া জন্তুৰ accident সংঘটিত হোৱা প্ৰায় দেখা যায় । মানৱ আৰু বন্যপ্ৰাণী দুয়োৰে সুৰক্ষাৰ বাবে কাজিৰঙাৰ গতি সীমা ৰখা এলেকাত আজি অসম গৌৰৱ এটা শিঙৰ গড় এটাক Truck চালকে কেনেবাকৈ ৰক্ষা কৰিছিল।
Recently এটা viral video social media ত উপলব্ধ হৈ পৰিছে যত , এটা বনৰীয়া গঁড়ক মহতিয়াই লৈ গৈছে এখন দ্ৰুতবেগী Truck এ। সিহৰণকাৰী এই দৃশ্য টো চাওক -
বৰ্তমান লৈকে গড় টোৰ একো ক্ষতি সাধন হোৱা নাই। কিন্তু এনেকুৱা বহুতো জীৱ জন্তু প্ৰায়ে মৃত্যু হয় Accident ৰ ফলত। শিহৰণকাৰী এনেকুৱা ঘটনা কাজিৰঙাৰ ভিতৰত ঘটাটো এতিয়াও কম হোৱা নাই ।
News Source - Instagram @guwahatitimes
0 Comments