On viral video: Threats at knifepoint, situps at police station in Bhopal
Bhopal ৰ এটা video social media ত viral হৈ পৰিছে যত এটা বিত্তীয় প্ৰতিষ্ঠানত এজন দুৰ্বৃত্তই চকা অস্ত্ৰ দেখুৱাই মানুহক ভাবুকি দিয়া দেখা পোৱা গৈছিল ।
Video Source - Instagram:
ব্যক্তি জনৰ এনেকুৱা কাণ্ড দেখি সকলো ভয় খাইছিল যদিও, কোম্পানীটোৰ এজন কৰ্মচাৰীয়ে দ্ৰুত প্ৰতিক্ৰিয়াস্বৰূপে স্থানীয় আৰক্ষীক কথাটো অৱগত কৰে, ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত আৰক্ষীয়ে লোকজনক জিম্মাত লয়।
পিছত আৰক্ষীয়ে জিম্মাত লৈ লোকজনক তেওঁৰ কৰ্মৰ ফল স্বৰূপে শাস্তি প্ৰদান কৰে। তেওঁক হাত জোৰ কৰি, কাণ ধৰি আৰু আৰক্ষী চকীত বহি ক্ষমা বিচৰা দেখা পোৱা গৈছিল Video টোৰ জৰিয়তে। ঘটনাটোৰ কিছুসময় পিছতে Video টো social media ত ব্যাপক ৰিপত viral হৈ পৰা দেখা পোৱা গৈছে ।
News Source: Instagram @guwahatitimes
0 Comments